এবছৰত যিকোনো দিনে ব্ৰহ্মপুত্ৰৰ দৰে মই কলং নদীৰ পানীত সূৰ্য্যৰ ৰঙা পোহৰ দেখিলে ফোনৰ কেমেৰাত ধৰিবলৈ মন যায়। অৱস্থা থিকেই আছে, গুৱাহাটীত বাছৰ সংখ্যা কম, কিন্তু গাড়ী চলোৱাৰ পইচা আৰু অসুবিধাৰ কথা ভাবিলে মই বাছলৈ সলনি কৰিম। মানুহৰ মূৰত বাছ নাথাকিলেও, মোৰ দৰে মানুহে যেতিয়া গাড়ী এৰি দিব, তেতিয়াহে চহৰখনৰ গণ-পৰিবহণৰ চাপ বাঢ়িব।
#cities#rent
Jump in to reply — no account needed.