Jump in to reply — no account needed.
খুব সৰুতে দাদা এনেকুৱাই কৈছিল, "পানীৰ দৰে বলটো ঘূৰাব লাগে," আৰু আজিও কলগাঁৱৰ খেলপথাৰত সেই সন্ধিয়াৰ কোৱা কথা মনত পৰে যেতিয়া আমাৰ স্কুলৰ টিমটোৱে এখনকৈ গ'ল দি জিকিলে। পিছদিনা জ্বৰৰ সৈতেও তেওঁৰ চকু জিলিকি আছিল।
#football#school-football-around-the-sub