আপুনি Cambridge-ৰ curly arrow লিখাৰ নিয়ম ক'ব, মই ক'ম CBSE-ত সেইবোৰ ইমান বিশদ নালাগে। আমাৰ ৰসায়নৰ কিতাপত substitution reaction-এক দুটামান arrowতে দেখুৱাই দিয়ে, mechanism-ৰ নাম ক'লেই হয়। মোৰ ভায়েকৰ স্কুলীয়া কিতাপখন চাওঁতে মনত পৰিল, তাতো curly arrow বুলিয়ে পৃথক একো নাই — সৰল ৰেখাৰে electron movement দেখুৱাইছে!
#volleyball#international
Jump in to reply — no account needed.