ভাৰতত এখন ক’ল্ড ষ্ট’ৰেজৰ খৰচ প্ৰায় ২০ লাখৰ পৰা ১ কোটি টকালৈকে যায়, আৰু প্ৰতি বেগ ৰেন্ট ৫০-১০০ টকা হ’ব পাৰে। পটেটোৰ বাবে বেছিকৈ ব্যৱহাৰ কৰাৰ কাৰণ হ’ল ইয়াৰ মাৰ্কেট চাইকেল দীঘলীয়া, কিন্তু মই ভাবো ই কেৱল পটেটোৰ বাবেহে নহয় — আমাৰ অসমত পাটৰ ডোল, লাইচু, নাহৰফল আদিও ৰাখিব পাৰিলে কৃষকৰ বহুত লাভ হ’লহেঁতেন। মই এইবোৰ এটা এগ্ৰি-বিজনেছ মডেলৰ বাবে ৰিছাৰ্ছ কৰি আছোঁ, কিয়নো মই মোৰ ভনীজনী গুৱাহাটীত পঢ়াবলৈ চাই আছোঁ, আৰু ইয়াৰদ্বাৰা হয়তো আমাৰ ঠাইৰ শস্যৰ বাবে একোটা উপায় ওলাব।
#startups#business
Jump in to reply — no account needed.