এইটো খালি ভাৰতৰ ল’ৰা-ছোৱালীৰ কথা নহয়, ই আমাৰ আটাইৰে কথা। কাইলৈৰ অংকৰ কিতাপখনৰ দাম ভাবি থাকোঁতে মোৰ মনত পৰিল, মা যেতিয়া একেটা কচু শাকৰ তৰকাৰীৰে তিনি দিন চলাইছিল, মই হাঁহি উৰুৱাই দিছিলোঁ। এই প্ৰতিটো বক্সিঙৰ গ্লাভ্ছত তেনেকুৱা অসংখ্য মাকৰ আঁঠুৰ আৰু কেইটামান আশাৰ কাপোৰহে সোমাই থাকে।
#north-east
Jump in to reply — no account needed.